audio audioduration (s) 1.02 14.8 | text stringlengths 7 116 | gender class label 2
classes |
|---|---|---|
ঘৰতে থাকিবলৈ ধৰিলে এলাগীৰ জীয়েকৰ নাম চম্পাৱতী | 0female | |
এদিন বাপেকে চম্পাৱতীক পকা ধান ৰাখিবলৈ হূকুম দিলে | 0female | |
চম্পাৱতীয়ে সদায় ধাননিৰ মাজত | 0female | |
টঙিৰ ওপৰত উঠি চৰাই খেদাই থাকে | 0female | |
এইদৰে বহুদিন গৈছে এদিন চম্পাৱতীয়ে ধান ৰাখিবলৈ | 0female | |
টঙিৰ ওপৰত উঠি হুৰ হুৰ বতা চৰাই মোৰ | 0female | |
ধান নেখাবি তোক দিম গোটা কৰাই বুলি কওঁতেই | 0female | |
ওচৰৰ হাবিৰ মাজৰ পৰা কোনোবাই উত্তৰ দিলে | 0female | |
ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম | 0female | |
চম্পাৱতীয়ে এই কথা শুনি কেউফালে মানুহ দুনুহ চাই | 0female | |
কাকো নেদেখি বিচ্যুৰ্তি খালে | 0female | |
তাৰ পিছত গধুলি পৰত ধান ৰাখি উভতি আহি | 0female | |
চম্পাই মাকৰ আগত সেইদিনাৰ সেইখিনি কথা কলে | 0female | |
পিছদিনা মাকে চম্পাৰ কথা সঁচা নে মিছা জানিবৰ নিমিত্তে | 0female | |
চম্পাৰ লগতে ধাননিৰ মাজলৈ গল | 0female | |
আৰু মাকে কবলৈ দিয়াত চম্পাই কবলৈ ধৰিলে হুৰ হুৰ | 0female | |
ইয়াৰ উত্তৰত হাবিৰ মাজৰ পৰা কোনোবাই মাত লগালে | 0female | |
মাকে এই কথা শুনি বিচ্যুৰ্তি খালে আৰু | 0female | |
চম্পাক আগৰ দৰে মাতিবলৈ দিয়াত চম্পাৱতীয়ে মতাত | 0female | |
পুনৰ হাবিৰপৰা আগৰ দৰে কোনোবাই উত্তৰ দিলে | 0female | |
তেতিয়া মাক জীয়েক দুয়ো ঘৰলৈ উভতি আহিল | 0female | |
গিৰিয়েকে এলাগীক চম্পাক আৰু | 0female | |
ওচৰ চুবুৰীয়া মানুহ গোটাচেৰেকক লগত লৈ | 0female | |
ধাননি লৈ গৈ চম্পাক সেইদৰে মাতিবলৈ | 0female | |
দিয়াত চম্পাই আগৰ দৰে মতাত | 0female | |
ওচৰৰ হাবিবপৰা আগৰ দৰে উত্তৰ পালে | 0female | |
সকলো মানুহে কোনে মাতিলে বুলি চাবলৈ | 0female | |
হাবিৰ মাজলৈ সোমাই গল | 0female | |
কিন্তু কাকো নেদেখিলে | 0female | |
তাৰ পিছত চম্পাৰ বাপেকে হাবিৰ ফালে চাই মাত লগালে | 0female | |
যদি সঁচাকৈয়ে তোমাক চম্পাৱতীক লাগে | 0female | |
তেনেহলে তুমি যেই কি নোহোৱা ওলাই আহা | 0female | |
সত্যে সত্যে তিনি সইত খাই কৈছোঁ | 0female | |
চম্পাৱতীক তোমালৈ বিয়া দিম | 0female | |
এই কথা শুনি হাবিৰ মাজৰপৰা এটা ডাঙৰ অজগৰ সাপ ওলাই আহিল | 0female | |
সাপটো দেখি মানুহ ভয়তে পলাবলৈ ধৰাত চম্পাৰ বাপেকে | 0female | |
সিহঁতক নপলাবলৈ কৈ সাহ দিলত একেলগে সকলোটি থুপ খালে | 0female | |
তাৰপিছত সি অজগৰক মাতি তাৰ ঘৰলৈ নিলে | 0female | |
এলাগী আক জীয়েক দুয়ো ডিঙিত ধৰাধৰিকৈ কান্দিবলৈ ধৰিলে | 0female | |
এলাগীয়ে জীয়েকক অজগৰৰে সৈতে বিয়া নিদিবলৈ | 0female | |
গিৰিয়েকক কাকূতি কৰিবলৈ ধৰিলে হয় | 0female | |
কিন্ত লাগীৰ কথা শুনি গিৰিয়েকে তালৈ | 0female | |
কাণ নকৰি কেঁচা পাণ কেঁচা তামোল কাটি সাপলৈ চম্পাক | 0female | |
বিয়া দি এটা সুকীয়া ঘৰত | 0female | |
মাক জীয়েক জোঁৱায়েকক থাকিবলৈ ঠাই দিলে | 0female | |
সেইদিনা লাগীৰ আনন্দৰ সীমা নাই যে | 0female | |
আজি ৰাতি চম্পাৱতীক অজগৰে খাই পেলাব | 0female | |
অজগৰক চম্পাৱতীৰ সৈতে একেটা কোঠালিতে থাকিবলৈ দিয়া হল | 0female | |
চম্পাৱতীয়েও তাইক আজি অজগৰে গিলিব ভাবি | 0female | |
ঈশ্বৰৰ চৰণত শৰণ লৈ শোকে বেজাৰে পৰি থাকিল | 0female | |
মাকে পিছদিনা ৰাতিপুৱাই লৰালৰিকৈ উঠি | 0female | |
চম্পাৱতীৰ ঘৰলৈ গৈ দেখে যে চম্পাৱতীৰ গা | 0female | |
দি চৰু দুটাৰ তলত এডোখৰ কাঠখৰি দি থৈ | 0female | |
তই আখল আৰু ঘৰৰ পৰা ওলাই বহি থাকিবি | 0female | |
দেখিবি চৰুত অক্ষয় ভাত আঞ্জা হৈ আছে | 0female | |
জীয়েকক বুদ্ধি দি চিলনী উৰি গুচি গল | 0female | |
আৰু জীয়েকে চিলনীয়ে কোৱাৰ দৰেই কৰিলে | 0female | |
ভাত খাবৰ সময়ত সতিনীয়েকহঁতে | 0female | |
ভাতৰ পাতৰ তলত একোটা গাঁত খান্দি লৈছিল | 0female | |
যেই চিলনীৰ জীয়েকে সিঁহতৰ পাতত ভাত দি যাই | 0female | |
তেতিয়াই সিহঁতে সেই ভাত পাতৰ তলৰ গাঁতত পেলাই দি | 0female | |
ভাত ঢুকাল লৈ আহ বুলি আকৌ ভাত খোজে | 0female | |
এইদৰে সতিনীয়েকহঁতে যতবাৰ ভাত খোজে | 0female | |
ততবাৰ চিলনীৰ জীয়েকে চৰুৰ পৰা ভাত আনি দি থাকে | 0female | |
শেষত সিহঁত হাৰি লাজ পাই উঠি গল | 0female | |
এদিন সতিনীয়েকহঁতে চিলনী জীয়েকক গোহালি ঘৰ অঁতাবলৈ কলে | 0female | |
চিলনীৰ জীয়েকে গোহালি ঘৰৰ ভিতৰ সোমায়েই মাকক মাতিলে | 0female | |
জীয়েকে এইদৰে বিনাই মতা মাত্ৰকতে চিলনী আহি আগত পৰি | 0female | |
কিয় মাতিছ বুলি জীয়েকক সুধিলত | 0female | |
জীয়েককে কলে আই সতিনীহঁতে মোক গোহালি অঁতাবলৈ কৈছে | 0female | |
কেনেকৈ অঁতাম তোমাক সুধিবলৈ মাতিছোঁ | 0female | |
কলে গোহালি ঘৰৰ ইফালৰ পৰা সিফাললৈ | 0female | |
বাঢ়নীৰ কাঠি এডাল বুলাই যা | 0female | |
দেখিবি ঘৰটো চিকুণ হৈ পৰিব | 0female | |
এইবুলি কৈ মাক উৰি গলত চিলনীৰ জীয়েকে তাকে কৰিলে | 0female | |
আৰু সেইদিনা গোহালি ঘৰ আগতকৈ বেছি চাফ হৈ জকমকীয়া হৈ পৰিল | 0female | |
চিলনী জীয়েকৰ এনে সুন্দৰ বন বাৰী দেখি | 0female | |
সদাগৰে তাইক বৰ ভাল পাবলৈ ধৰিলে | 0female | |
চতৰ বিহুৰ ওচৰ চাপিলত সদাগৰে | 0female | |
আঠোজনী ঘৈণীয়েকক পাচঁ সেৰকৈ কপাহ দি কলে | 0female | |
তহঁতে মই বিহুত পিন্ধিবলৈ চোলা চুৰিয়া কাপোৰ গামোচা বৈ দে | 0female | |
আৰু কাৰ কাপোৰ ভালকৈ বোৱা হয় মই চাম | 0female | |
সাতোজনী ঘৈণীয়েকে গাইপতি লৰালৰি কৈ কপাহবোৰ লৈ | 0female | |
চন্দিয়াই নেওঠি পাঁজি বাটি সূতা উলিয়াই কাপোৰ ববলৈ লাগি গল | 0female | |
কিন্ত চিলনীৰ জীয়েকে একো কৰিব নাজানি আমন জিমনকৈ বহি থাকিল | 0female | |
সতিনীয়েকহঁতে ভাবিলে এইবাৰ চিলনী জীয়েক ঠেকত পৰিল | 0female | |
তাইতো একোকে নাজানে | 0female | |
কেনেকৈ গিৰিয়েকৰ কাপোৰ বৈ দিয়ে দেখিম | 0female | |
চিলনী জীয়েকে বাৰীৰ পিচফালে গৈ মাকক আগৰ দৰেই বিনাই মাতিলত | 0female | |
মাক আহি আগতে পৰি জীয়েকক সুধিলে | 0female | |
কি কথা কিয় মাতিছ | 0female | |
জীয়েকে কাপোৰ বোৱাৰ কথা কলত চিলনীয়ে জীয়েকক কলে | 0female | |
আই তই চিন্তা নকৰিবি তই তোৰ গিৰিয়েকক কাপোৰ দিব পাৰিবি | 0female | |
চাৰিটা বাঁহৰ চুঙাত এজোলাকৈ কপাহ সুমোৱাই | 0female | |
চুঙাকেইটাৰ মুখত সোপা দি থৈ দে | 0female | |
বিহুৰ দিনা যেতিয়া তোৰ গিৰিয়েকে কাপোৰ খুজিব | 0female | |
তেতিয়া তই চুঙা চাৰিটা আনি গিৰিয়েৰৰ হাতত দিবি | 0female | |
এই বুলি চিলনী উৰি গুচি গলত | 0female | |
জীয়েকে চাৰিটা চুঙা আনি চাৰিজোলা কপাহ | 0female | |
মাকে কোৱাৰ দৰে ভৰাই সোপা দি থৈ দিলে | 0female |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.